অসম

assam

ETV Bharat / bharat

কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানৰ পৰলোকপ্ৰাপ্তি - 74 বছৰ বয়সত পৰলোকপ্ৰাপ্তি পাছৱানৰ

74 বছৰ বয়সত পৰলোকপ্ৰাপ্তি পাছৱানৰ
কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানৰ পৰলোকপ্ৰাপ্তি

By

Published : Oct 8, 2020, 8:55 PM IST

Updated : Oct 8, 2020, 9:06 PM IST

20:48 October 08

74 বছৰ বয়সত পৰলোকপ্ৰাপ্তি পাছৱানৰ

নেশ্যনেল ডেস্ক, 8 অক্টোবৰ :কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানৰ আজি 74 বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে ৷ দীৰ্ঘদিন ধৰি অসুস্থতাত ভূগি আছিল গ্ৰাহক সেৱা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰীগৰাকী ৷ পুত্ৰ চিৰাগ পাছৱানে টুইটাৰৰ জৰিয়তে প্ৰদান কৰে এই তথ্য ৷ 

লোক জনশক্তি দলৰ প্ৰতিষ্ঠাপক ৰাম বিলাস পাছৱান দেশৰ দলিত নেতাসকলৰ ভিতৰত উল্লেখযোগ্য় আছিল ৷ পাঁচটাকৈ দশক ধৰি সক্ৰিয় ৰাজনীতি কৰা পাছৱান বহু সপ্তাহ ধৰি অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছিল আৰু কিছুদিন পূৰ্বে তেওঁৰ হৃদযন্ত্ৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল ৷ 

লগতে পঢ়ক :শচীন পাইলটৰ প্ৰেছ উপদেষ্টাৰ বিৰুদ্ধে ৰাজস্থান আৰক্ষীৰ গোচৰ

Last Updated : Oct 8, 2020, 9:06 PM IST

ABOUT THE AUTHOR

...view details