নতুন দিল্লী, 5 আগষ্টঃ
অনুচ্ছেদ 370 ক লৈ উত্তাল ৰাজ্যসভা ৷
ৰাজ্যসভাত গৃহ মন্ত্ৰী অমৃত শ্বাহৰ অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ প্ৰস্তাৱ ৷
নতুন দিল্লী, 5 আগষ্টঃ
অনুচ্ছেদ 370 ক লৈ উত্তাল ৰাজ্যসভা ৷
ৰাজ্যসভাত গৃহ মন্ত্ৰী অমৃত শ্বাহৰ অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ প্ৰস্তাৱ ৷
ইয়াৰোপৰি অনুচ্ছেদ 35 ( A ) প্ৰত্যাহাৰৰ প্ৰস্তাৱ ৷
জম্মু কাশ্মীৰক পুনৰ গঠন কৰি কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিবৰ্তন কৰা হ'ব ৷
অনুচ্ছেদ 370 ৰ জৰিয়তে জম্মু কাশ্মীৰক দিয়া হৈছিল বিশেষ ৰাজ্যৰ মৰ্যদা ৷
অনুচ্ছেদ 35 ( A ) ৰ দ্বাৰা জম্মু কাশ্মীৰক প্ৰদান কৰা হৈছিল বিশেষ ক্ষমতা যাৰ জৰিয়তে বিধানমণ্ডল, নিজা সংবিধান,আদি ক্ষমতা প্ৰদান কৰা হৈছে ৷