নিউজ ডেস্ক, 1 নৱেম্বৰ :দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পূৱ কমাণ্ডাৰ 100 তম প্ৰতিষ্ঠা দিৱস উপলক্ষে যোদ্ধা সকলক শুভেচ্ছা জ্ঞাপন কৰে ৷ ৰাজনাথ সিঙে টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰি কয় যে, মই যোদ্ধা সকলৰ ত্যাগ আৰু সাহসক সন্মান কৰি ভাৰত ভূমিলৈ তেওঁলোকৰ অপৰিসীম কষ্ট আৰু ত্যাগক স্বীকাৰ কৰিছো ৷
পূৱ কামাণ্ডাৰ 100 তম প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰীৰ শুভেচ্ছা - ত্যাগ
পূৱ কামাণ্ডাৰ 100 তম প্ৰতিষ্ঠা দিৱস পালন ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ টুইটযোগে শুভেচ্ছা জ্ঞাপন ৷

পূৱ কামাণ্ডাৰ 100 তম প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰীৰ শুভেচ্ছা