নেশ্যনেল ডেস্ক, 20 জানুৱাৰীঃদেশৰ আমোলাতন্ত্ৰত বৃহৎ ৰদবদল ৷ সোমবাৰে ৰদবদল কৰা হয় সামৰিক বিভাগৰ দুই জেষ্ঠ আমোলা ৰাজীৱ সিঙ ঠাকুৰ আৰু শান্তনুক ৷ চীফ অফ ডিফেন্স ষ্টাফৰ অধীনত যুটীয়া সচিব হিচাপে দুয়োকে নিযুক্তি প্ৰদান কৰে ৷
চৰকাৰে যোৱা মাহত সামৰিক বিষয়ক বিভাগ স্থাপন কৰিছিল ৷ যাৰ প্ৰধানৰূপে চীফ অফ ডিফেন্স ষ্টাফ হিচাপে বিপিন ৰাৱাটক নিয়োগ কৰা হৈছিল ৷ ইয়াৰোপৰি নতুন বিভাগ কেন্দ্ৰীয় প্ৰতিৰক্ষা উৎপাদন আৰু বিকাশ আৰু ভুতপূৰ্ব সৈনিকৰ কল্যাণ বাবে চাৰিটা বৰ্তমানৰ উলম্ব সংযোজন কৰা হৈছে ৷