নেশ্যনেল ডেস্ক, ২৯ জুন : ১৯ জুন তাৰিখে হোৱা সৰ্বদলীয় বৈঠকত নিজৰ মন্তব্য ঘূৰাই লোৱাৰ ক্ষেত্ৰত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলতে প্ৰধানমন্ত্ৰী মোদীক সম্বোধন কৰি কয় যে,য'ত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল,''আমাৰ ক্ষেত্ৰত কোনো নাই আৰু লগতে আমাৰ পদ বন্দী কৰা হৈছে ।''
দেওবাৰে মুখ্যমন্ত্ৰী গেহলতে ভিডিঅ' কনফাৰেন্সযোগে কয় যে, ’বিৰোধী দলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে,চীনে আমাৰ মাটি দখল কৰিবলৈ চেষ্টা কৰা নাই আৰু লগতে কোনো পদো দখল কৰা নাই । ভাৰতৰ মাত্ৰ এটাই দোষ। তেওঁলোকে জানি-বুজি বা নজনাকৈয়ে চীনক এখন প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে, যিখন চীনে বিচাৰিছিল । প্ৰমাণ পত্ৰখন দিয়াৰ আৱশ্যকতা নাছিল। সেইখন ঘূৰাই লোৱা উচিত ।''