অসম

assam

ETV Bharat / bharat

ৰাহুল গান্ধীৰ নেতৃত্বত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ "খেতি বাচাও যাত্ৰা" - কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ

দেওবাৰৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় "খেতি বাচাও যাত্ৰা ৷" শেহতীয়া কৃষি বিধেয়কৰ বিৰোধিতাৰে আৰম্ভ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷

"খেতি বাচাও যাত্ৰা"
"খেতি বাচাও যাত্ৰা"

By

Published : Oct 4, 2020, 2:01 PM IST

নেশ্যনেল ডেস্ক, 4 অক্টোবৰ: কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ, সাংসদ ৰাহুল গান্ধীয়ে দেওবাৰে পাঞ্জাৱৰ পৰা "খেতি বাচাও যাত্ৰা" শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে শেহতীয়া কৃষি বিধেয়কৰ বিৰোধিতাৰে ৷

এই সামুহিক কাৰ্যসূচীৰ এক শৃংখলাৰ প্ৰস্তুত কৰা হৈছে ৷ যি পাঞ্জাৱত আৰম্ভ হ'ব আৰু দিল্লীলৈ যাব ৷ ট্ৰেক্টৰেৰে ৰেলী আৰু ৰোড শ্ব'ৰ মাধ্যমেৰে এটা তিনিদিনীয়া কাৰ্যসূচী হাতত লৈছে দলটোৱে ৷

ৰাহুল গান্ধীয়ে এখন সামুহিক সভা সম্বোধন কৰি পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং আৰু ৰাজ্যখনৰ অন্যান্য জ্যেষ্ঠ নেতাসকলৰ সৈতে মোগা জিলাৰ বধনী কলানত স্বাক্ষৰ অভিযানৰ আৰম্ভ কৰিব ৷ তাৰ পৰৱৰ্তী সময়ত ৰাহুল গান্ধীয়ে বধনী কলানৰ পৰা জটপুৰালৈতে "ট্ৰেক্টৰ যাত্ৰা"ৰ নেতৃত্ব প্ৰদান কৰিব আৰু দিনটোৰ সমাপন কৰিব লুধিয়ানাত এখন সামুহিক সভা সম্বোধন কৰি ৷

লগতে পঢ়ক:হঠাৎ বিহাৰত বৃদ্ধি পাইছে কুৰ্তা-পায়জামাৰ চাহিদা

ABOUT THE AUTHOR

...view details