২৩ মে': ৰাহুল গান্ধীয়ে সংবাদমেল সম্বোধন কৰি কয় যে তেওঁ এই পৰাজয় মূৰ পাতি লৈছে ৷ নৰেন্দ্ৰ মোদী আৰু বিজেপি দলক জয়ৰ বাবে অভিনন্দন জনায় তেওঁ ৷ তেওঁ লগতে কংগ্ৰেছৰ কৰ্মকৰ্তাসকলক নিৰাশ নহ'বলৈ কয় আৰু একেলগে কংগ্ৰেছৰ আদৰ্শক পুনৰ ভাৰতত প্ৰতিষ্ঠা কৰিব বুলি মন্তব্য কৰে ৷
পৰাজয় মূৰ পাতি লৈছে ৰাহুল গান্ধীয়ে - স্মৃতি ইৰাণী
তেওঁ লগতে কংগ্ৰেছৰ কৰ্মকৰ্তাসকলক নিৰাশ নহ'বলৈ কয় আৰু একেলগে কংগ্ৰেছৰ আদৰ্শক পুনৰ ভাৰতত প্ৰতিষ্ঠা কৰিব বুলি মন্তব্য কৰে ৷ স্মৃতি ইৰাণীক আমেঠীত জয়লাভৰ বাবে অভিনন্দন জ্ঞাপন কৰি আমেঠীবাসীৰ প্ৰতি গুৰুত্ব দিবলৈ আনুৰোধ জনায় ৰাহুল গান্ধীয়ে ৷

পৰাজয় মূৰ পাতি লৈছে ৰাহুল গান্ধীয়ে
স্মৃতি ইৰাণীক আমেঠীত জয়লাভৰ বাবে অভিনন্দন জ্ঞাপন কৰি আমেঠীবাসীৰ প্ৰতি গুৰুত্ব দিবলৈ আনুৰোধ জনায় ৰাহুল গান্ধীয়ে ৷