অসম

assam

ETV Bharat / bharat

ৰাণী লক্ষ্মীবাঈৰ মৃত্যু বাৰ্ষিকীত ৰাহুল গান্ধীৰ গভীৰ শ্ৰদ্ধাঞ্জলি - ৰাহুল গান্ধী

1857 ৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী বীৰযোদ্ধা আখ্যা দি ৰাণী লক্ষ্মীবাঈৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

ৰাণী লক্ষ্মীবাঈৰ মৃত্যু বাৰ্ষিকীত ৰাহুল গান্ধীৰ গভীৰ শ্ৰদ্ধাঞ্জলি

By

Published : Jun 17, 2019, 2:14 PM IST

নিউজ ডেস্ক, 17 জুনঃ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ঝান্সী ৰাণী লক্ষ্মীবাঈৰ মৃত্যুবাৰ্ষিকীত লক্ষ্মীবাঈক 1857 ৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী পৰাক্ৰমী বীৰ আখ্যা দি টুইটাৰযোগে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

উল্লেখ্য যে, 1842 চনত ঝান্সীৰ ৰজা ৰাজা গংগাধৰ ৰাওৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল ৰাণী লক্ষ্মীবাঈ ওৰফে মণিকৰ্ণিকা ৷ স্বামীৰ মৃত্যুৰ পিচত ঝান্সীৰ ৰাণী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে মণিকৰ্ণিকাই আৰু 1858 চনত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা যুদ্ধত অতি দক্ষতাৰে নেতৃত্ব প্ৰদান কৰি অসাধাৰণ বীৰত্ব প্ৰদৰ্শনৰ বাবে সকলোৰে বাবে চিৰস্মৰণীয় হৈ পৰে লক্ষ্মীবাঈ ৷

ABOUT THE AUTHOR

...view details