নিউজ ডেস্ক, 27 ডিচেম্বৰঃব্যক্তিগত ভ্ৰমণসূচীৰে দেওবাৰে বিদেশলৈ ৰাওনা হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ কংগ্ৰেছে সমগ্ৰ বিষয় সন্দৰ্ভত মন্তব্য কৰা নাছিল ৷ অৱশ্যে দলটোৰ মুখপ্ৰাত্ৰ ৰণদ্বীপ সুৰজেৱালাই মন্তব্য কৰে যে, তেওঁ সম্পূৰ্ণ ব্যক্তিগত কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ গৈছে ৷
ইপিনে এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে, ৰাহুল গান্ধীয়ে দেওবাৰে ৰাতিপুৱা কাটাৰ এয়াৰৱেজ বিমানৰ জৰিয়তে ইটালীৰ মিলিটলৈ ৰাওনা হৈছেইটালীত বসবাস কৰা তেওঁৰ আইতাকৰ খবৰ ল'বলৈ ৷