অসম

assam

49 বছৰত ভৰি দিলে ৰাহুল গান্ধীয়ে

By

Published : Jun 19, 2019, 4:28 PM IST

নতুন দিল্লীৰ সৰ্ব ভাৰতীয় কংগ্ৰেছ সমিতিৰ মুখ্য কাৰ্যালয়ত বুধবাৰে ৰাহুল গান্ধীয়ে উদযাপন কৰিলে 49 সংখ্যক জন্মদিন ৷ ৰাহুলক জন্মদিনত শুভকামনা যাচিলে ভগ্নী প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, জ্যেষ্ঠ নেতা গুলাম নবী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ৷

49 বছৰত ভৰি দিলে ৰাহুল গান্ধীয়ে

নিউজ ডেস্ক, 19 জুন : কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে দলৰ সদস্য আৰু সমৰ্থক সকলৰ উপস্থিতিত বুধবাৰে উদযাপন কৰিলে 49 সংখ্যক জন্মদিন ৷ নতুন দিল্লীৰ সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ মুখ্য কাৰ্যালয়ত সকলোৰে উপস্থিতিত ৰাহুল গান্ধীয়ে জন্মদিন পালন কৰে ৷ নতুন দিল্লীৰ সৰ্ব ভাৰতীয় কংগ্ৰেছ সমিতিৰ মুখ্য কাৰ্যালয়ত বুধবাৰে ৰাহুল গান্ধীয়ে উদযাপন কৰিলে 49 সংখ্যক জন্মদিন ৷ ৰাহুলক জন্মদিনত শুভকামনা যাচিলে ভগ্নী প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, জ্যেষ্ঠ নেতা গুলাম নবী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ৷

49 বছৰত ভৰি দিলে ৰাহুল গান্ধীয়ে

জন্মদিনৰ উপলক্ষ্যে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে সংবাদ মাধ্যমৰ লোকক মিঠাই বিলোৱা পৰিলক্ষিত হয় ৷

ABOUT THE AUTHOR

...view details