নিউজ ডেস্ক, ১২ জুলাইঃমহামাৰী কৰ'ণাত আক্ৰান্ত হয় অভিনেত্ৰী ৰাছেল হোৱাইট । শনিবাৰে ৰাছেলে টুইটাৰযোগে সদৰি কৰে এই কথা । টুইটাৰযোগে ৰাছেলে কয়,"মোৰ COVID-19 ৰ পৰীক্ষাৰ ৰিজাল্ট পজিটিভ আহিছে । আশা কৰিছো আপোনালোকে মোক আৰোগ্য হৈ উঠিবৰ বাবে প্ৰাৰ্থনা কৰিব ।"
কৰ'ণাত আক্ৰান্ত অভিনেত্ৰী ৰাছেল হোৱাইট - টুইট
মডেলৰ পৰা অভিনয় জগতত ভৰি থোৱা ৰাছেল হোৱাইটো আক্ৰান্ত মহামাৰী কৰ'ণাত । শনিবাৰে অভিনেত্ৰী গৰাকীয়ে টুইটযোগে সদৰি কৰে এই কথা ।

ৰাছেল হোৱাইট
আনহাতে, অভিনেত্ৰী গৰাকীয়ে টুইট কৰা কিছু সময় পাচতে অভিনেত্ৰী ঋতুপৰ্ণা সেনগুপ্তা আৰু ছবি পৰিচালক বিৰছা দাসগুপ্তাসহ বহু কেইগৰাকী জনপ্ৰিয় লোকে অভিনেত্ৰী গৰাকীৰ টুইটk ৰি-টুইট কৰি আৰোগ্য কামনা কৰে ।