অসম

assam

ETV Bharat / bharat

কৰ'ণা ভাইৰাছক লৈ সষ্টম ভাৰতীয় সেনা,নৌ সেনাৰ চিকিৎসক

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি 114 লোক এই পৰ্যন্ত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷

কৰ'ণা ভাইৰাছক লৈ সষ্টম ভাৰতীয় সেনা,নৌ সেনাৰ চিকিৎসক
কৰ'ণা ভাইৰাছক লৈ সষ্টম ভাৰতীয় সেনা,নৌ সেনাৰ চিকিৎসক

By

Published : Mar 17, 2020, 2:37 PM IST

নতুন দিল্লী,17 মাৰ্চঃকৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ সাৱধানতামূলক ব্যৱস্থা হিচাপে জয়শেলমাৰ,হায়দৰাবাদ,কলকাতা,গোৰখপুৰ,চেন্নাই, চুৰাট,ঝান্সী,যোধপুৰ আৰু কেবাখনো ঠাইত ভাৰতীয় সেনা আৰু নৌ সেনাৰ সহযোগত বিশেষ নিৰীক্ষণ কক্ষ স্থাপন কৰা হৈছে ৷ এই কথা প্ৰকাশ কৰিছে ভাৰতৰ সশস্ত্ৰ বাহিনীৰ চিকিৎসা সেৱা সঞ্চালক লেফটেনেন্ট জেনেৰেল আৰ এছ গ্ৰীৱালে ৷ তেওঁ লগতে কয় যে, কৰ'ণা ভাইৰাছক লৈ সন্ত্ৰস্ত হোৱাৰ কোনো প্ৰয়োজন নাই,ইয়াৰ বিপৰীতে মিছা বাতৰিৰ পৰাহে বাছি থকা উচিত ৷ মই ভাৱো আমি কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুজিব পাৰিম ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি 126 লোক এই পৰ্যন্ত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ ইয়াৰ ভিতৰত 4 জন লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে ৷

কৰ'ণা ভাইৰাছক লৈ সষ্টম ভাৰতীয় সেনা,নৌ সেনাৰ চিকিৎসক
লগতে চাওকঃ

ভাৰতত 126 লৈ বৃদ্ধি কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

ABOUT THE AUTHOR

...view details