অসম

assam

ETV Bharat / bharat

পুণেৰ পেট্ৰ'ল পাম্পত গ্ৰাহকক নিজেই পেট্ৰ'ল ভৰাবলৈ অনুমতি প্ৰদান - পেট্ৰ'ল পাম্প কৰ্মচাৰী

পুণেৰ আৰটিঅ' চ'কত অৱস্থিত এটা পেট্ৰ'ল পাম্পৰ এক বিশেষ পদক্ষেপ গ্ৰহণ। পেট্ৰ'ল পাম্প এটাৰ কৰ্মচাৰীয়ে পুণেকাৰসকলক নিজেই পাম্পটোৰ পৰা নিজৰ গাড়ীত পেট্ৰ'ল ভৰাবলৈ অনুমতি প্ৰদান কৰে । কৰ্মচাৰীৰ অনুপস্থিতিত গ্ৰাহকৰ সময়ৰ অপব্যয় নহ'বলৈ আৰু গ্ৰাহকৰ মনত কোনো সন্দেহভাৱ নাৰাখিবলৈ কৰ্মচাৰীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

পুণেৰ পেট্ৰ'ল পাম্পত গ্ৰাহকক নিজেই পেট্ৰ'ল ভৰাবলৈ অনুমতি প্ৰদান
পুণেৰ পেট্ৰ'ল পাম্পত গ্ৰাহকক নিজেই পেট্ৰ'ল ভৰাবলৈ অনুমতি প্ৰদান

By

Published : Jun 13, 2020, 8:46 PM IST

নেশ্যনেল ডেস্ক, ১৩ জুন: মহাৰাষ্ট্ৰৰ পুণেত পেট্ৰ'ল পাম্প এটাৰ কৰ্মচাৰীয়ে গ্ৰাহকক গাড়ীত নিজেই পেট্ৰ'ল ভৰাবলৈ অনুমতি দিয়ে। পেট্ৰ'ল পাম্প কৰ্মচাৰীৰ অনুপস্থিতিত গ্ৰাহকৰ সময়ৰ অপব্যয় নহ'বলৈ আৰু গ্ৰাহকৰ মনত কোনো সন্দেহ ভাৱ নাৰাখিবলৈ কৰ্মচাৰীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ।

পুণেৰ পেট্ৰ'ল পাম্পত গ্ৰাহকক নিজেই পেট্ৰ'ল ভৰাবলৈ অনুমতি প্ৰদান

পুণেত থকা এই পেট্ৰ'ল পাম্পটো পুণেৰ আৰটিঅ' চ'কত অৱস্থিত আৰু পুণেকাৰসকলে নিজেই পাম্পটোৰ পৰা নিজৰ গাড়ীত পেট্ৰ'ল ভৰাব পাৰে। পেট্ৰ'ল পাম্পটোৰ স্বত্বাধিকাৰ গিৰীশ মানকৰে জানিবলৈ দিয়ে যে,কৰ্মচাৰীসকলে গাড়ীৰ মেচিনক লৈ হেতালি খেলা বুলি কিছুমান পুণেকাৰে কৰ্মচাৰীৰ ওপৰত আৰোপ লগাইছিল । সেইবাবে মানুহৰ মনৰ সন্দেহ আঁতৰাবৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ।

পুণেৰ পেট্ৰ'ল পাম্পত গ্ৰাহকক নিজেই পেট্ৰ'ল ভৰাবলৈ অনুমতি প্ৰদান

লগতে পঢ়ক: পৰিস্থিতি সাপেক্ষে গুৱাহাটীত পুনৰ হ'ব পাৰে লক​ ডাউনঃ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details