নিউজ ডেস্ক, 11 মে': মহাৰাষ্ট্ৰৰ পুনেত প্ৰতিদিনে দ্ৰুতহাৰত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । দেওবাৰৰ দিনটোত 125 লোক নতুনকৈ আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে । ইয়াৰ ফলত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 2,857 জনলৈ ।
এদিনতে পুনেত 125 জন আক্ৰান্ত COVID-19তঃ মৃত্যুৰ সংখ্যা 156 লৈ বৃদ্ধি
এই আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰে পুনে চহৰত মুঠ আক্ৰান্তৰ সংখ্য়া বৃদ্ধি হয়, 2,857 জন । আনহাতে নতুনকৈ মৃত্যুৰ সংখ্যা 8 জনলৈ বৃদ্ধি হয় ।
এদিনতে 125 জন COVID-19ত আক্ৰান্ত পুনেত, মৃত্যুৰ সংখ্যা 156 লৈ বৃদ্ধি
আনহাতে পুনেত মৃত্যুৰ সংখ্যাৰ 156 জনলৈ বৃদ্ধি পাইছে । বিগত 24 ঘণ্টাত মৃত্যু হৈছে 8 জনকৈ লোক, য'ত এগৰাকী 13 বছৰীয়া কিশোৰীও আছে । আনহাতে পুনেত 194 জন লোকক আৰোগ্য হোৱাৰ পাচত ঘৰলৈ যাবলৈ দিয়া হৈছে ।