অসম

assam

ETV Bharat / bharat

পুনে চহৰত বিগত 11 দিনত COVID-19ত আক্ৰান্তৰ সংখ্যা দুগুনলৈ বৃদ্ধি - কৰ'ণা ভাইৰাছত আক্ৰান্ত

25 এপ্ৰিললৈ COVID-19 মহামাৰীত আক্ৰান্তৰ সংখ্যা আছিল 1,122 জন । 6 মে'লৈ এই সংখ্য়া বৃদ্ধি হৈ 2,040 হৈছে ।

পুনে চহৰত বিগত 11 দিনত COVID-19ত আক্ৰান্তৰ সংখ্যা দুগুনলৈ বৃদ্ধি
পুনে চহৰত বিগত 11 দিনত COVID-19ত আক্ৰান্তৰ সংখ্যা দুগুনলৈ বৃদ্ধি

By

Published : May 9, 2020, 5:10 PM IST

নিউজ ডেস্ক, 9 মে': মহাৰাষ্ট্ৰৰ পুনেত বিগত 11 দিনত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা দুগুন হৈছে ।

পুনে পৌৰ নিগমে জনোৱা অনুসৰি 25 এপ্ৰিললৈ COVID-19 মহামাৰীত আক্ৰান্তৰ সংখ্যা আছিল 1,122 জন । 6 মে'লৈ এই সংখ্য়া বৃদ্ধি হৈ 2,040 হৈছে ।

সেয়ে বৃদ্ধিৰ বাবে পৰীক্ষণৰ পৰিমান বৃদ্ধি কৰা হৈছে চহৰখনত । আনহাতে এই সময়চোৱাত হটস্পটত থকা 70,000 লোকক খাদ্য সামগ্ৰী প্ৰদান কৰিছে ।

হটস্পট ঘোষণা কৰা অঞ্চল সমূহত 15 দিনলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে । যাতে লোকৰ চলাচল বন্ধ কৰিব পাৰি তাৰ বাবে লৈছে এই সিদ্ধান্ত ।

ABOUT THE AUTHOR

...view details