অসম

assam

ETV Bharat / bharat

পশ্চিমবংগত কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত - Protest against CAB in West Bengal

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি উত্তাল হৈ পৰিছে পশ্চিমবংগ ৷ বহু অঞ্চলত ট্ৰেইনৰ চলাচল ব্যাহত হৈ পৰে ৷

কেবৰ বিৰুদ্ধে প্ৰতিবাদ
পশ্চিমবংগত প্ৰতিবাদকাৰীৰ ট্ৰেইন অৱৰোধ

By

Published : Dec 13, 2019, 7:17 PM IST

নেশ্যনেল ডেস্ক, 13 ডিচেম্বৰ : শনিবাৰে পশ্চিমবংগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ ফলত বহুকেইখন ট্ৰেইন বাতিল কৰা হয় ৷ পশ্চিমবংগৰ বহু স্থানত আইনখনৰ বিৰোধিতা কৰি ট্ৰেইন লাইন আবদ্ধ কৰি ৰাখে বহুসংখ্যক প্ৰতিবাদকাৰীয়ে ৷ কৃষ্ণনগৰ-লালগোলাত বেলদংগা আৰু ৰেজিনগৰ ষ্টেছনত প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷

পশ্চিমবংগত প্ৰতিবাদকাৰীৰ ট্ৰেইন অৱৰোধ

মুৰ্ছিদাবাদ জিলাৰ বেলদংগা ষ্টেছনত জুই লগাই নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷

আৰু পঢ়ক : যোৰহাটত হাহাকাৰ পৰিস্থিতি

ABOUT THE AUTHOR

...view details