নিউজ ডেস্ক, 3 জুনঃজম্মু- কাশ্মীৰত সমকামিতাক সমৰ্থন কৰা লোকসকলৰ এটা দলে শ্ৰীনগৰৰ লাল চকীৰ পৰা জুন মাহত এক সমদল উলিওৱাৰ পৰিকল্পনা কৰিছিল । কিন্ত কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে পিছুৱাব লগীয়া হৈছিল এই সমদল ।
প্ৰস্তাৱিত কাশ্মীৰ যুৱ আন্দোলনৰ অনলাইন বিতৰ্ক - জম্মু- কাশ্মীৰত সমকামিতাক সমৰ্থন
LGBTৰ সমৰ্থকে বাহিৰ কৰিব বিচৰা সমদলক লৈ উত্তাল হৈ পৰিছে সামাজিক মাধ্যম। কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে পিছুৱাব লগীয়া হৈছিল LGBTৰ সমৰ্থনত উলিয়াব বিচৰা সমদল ।
প্ৰস্তাৱিত কাশ্মীৰ যুৱ আন্দোলনৰ অনলাইন বিতৰ্ক
সমদলৰ এই ধাৰণাটোক লৈ সামাজিক মাধ্যমত চলি আছে ব্যাপক যুক্তি-যুক্ততা । অনলাইনত চলা এই বিতৰ্কই লাভ কৰিছে চৰম পৰ্যায় । LGBT সমৰ্থন কৰা আৰু সমৰ্থন নকৰা দুয়োটা পক্ষই আগবঢ়াই আছে নিজৰ নিজৰ যুক্তি আৰু দৃষ্টিভংগী ।
লগতে চাওকঃ ৰঙিয়াত সহস্ৰাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কংগ্ৰেছ দলৰ