অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ চিকিৎসালয়ত প্ৰিয়ংকা গান্ধী - প্ৰিয়ংকা গান্ধী ৱাদ্ৰা

ভীম সেনাৰ মুৰব্বী চন্দ্ৰশেখৰ আজাদৰ স্বাস্থ্যৰ খবৰ ল'লে প্ৰিয়ংকাই ৷

ETV BHARAT, ETV BHARAT ASSAM

By

Published : Mar 14, 2019, 4:02 AM IST

নিউজডেস্ক, 14 মাৰ্চ: বুধবাৰে উত্তৰ প্ৰদেশৰ চিকিৎসালয়ত উপস্থিত হৈ কংগ্ৰেছনেত্ৰীপ্ৰিয়ংকা গান্ধী ৱাদ্ৰাই খবৰ ল'লে ভীম আৰ্মীৰ মুৰব্বী চন্দ্ৰশেখৰ আজাদৰ ৷ চন্দ্ৰশেখৰ আজাদক সাক্ষাৎ কৰি প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ উৎসাহ আৰু সংঘৰ্ষক প্ৰশংসা জনোৱাৰ লগতে বিজেপি নেতৃত্বাধীনচৰকাৰখনক তীব্ৰ সমালোচনা কৰে ৷ মঙলবাৰে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অপৰাধত আৰক্ষীয়ে আটক কৰিছিল ভীম সেনাৰচন্দ্ৰশেখৰ আজাদক ৷ ৰাজধানী দিল্লীলৈউলিওৱা 'বহুজন হাংকাৰ ' ৰেলীৰ পৰা চন্দ্ৰশেখৰৰ লগতে তেওঁৰ সমৰ্থকসকলক চাহাৰাণপুৰৰ পৰা আৰক্ষীয়ে আটক কৰে ৷ পাচত শ্বাস-প্ৰশ্বাসজনিত কাৰণত ভীম আৰ্মীৰ মুৰব্বী চন্দ্ৰশেখৰ আজাদক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

চন্দ্ৰশেখৰক চিকিৎসালয়ত সাক্ষাৎ কৰি প্ৰিয়ংকাই শাসকীয়চৰকাৰখনক কটাক্ষ কৰি কয় যে সম্প্ৰতি চৰকাৰখন ইমানেই অহংকাৰী হৈ উঠিছে যে উঠি অহা প্ৰজন্মৰ প্ৰতিবাদী ভাষাক মোহাৰি পেলাব বিচাৰিছে ৷

ABOUT THE AUTHOR

...view details