নিউজ ডেস্ক, 9 মে' : দুটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন বাকী থকা অৱস্থাত বুধবাৰে দুখনকৈ ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
উত্তৰ প্ৰদেশ আৰু আৰু পশ্চিমবংগৰ 5 টাকৈ বিধানসভা সমষ্টিত নিৰ্বাচনী ৰেলীত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ উত্তৰ প্ৰদেশৰ আজমগড়, প্ৰয়াগৰাজ আৰু জোনপুৰত তিনিখনকৈ ৰেলীত অংশগ্ৰহণ কৰাৰ বিপৰীতে আৰু পশ্চিমবংগৰ বাংকুৰা আৰু পাৰুলিয়াত দুখন নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব মোডীয়ে ৷