অসম

assam

By

Published : May 27, 2019, 11:56 AM IST

ETV Bharat / bharat

নিৰ্বাচনত জয়ী হৈ নিজ সমষ্টিত উপস্থিত নৰেন্দ্ৰ মোডী

পোন-প্ৰথমে বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰত সেৱা জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ নৱ-নিৰ্বাচিত সাংসদ তথা দেশৰ প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত উৎফুল্লিত ৰাইজ ৷

etv bharat

  • একক সংখ্যাগৰিষ্ঠতা লাভ কৰি নিজ সমষ্টি বাৰাণাসীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
  • বাৰাণাসীত উপস্থিত হৈ কাশীৰ বিশ্বনাথ মন্দিৰত সেৱা জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে
  • প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে বিশ্বনাথ মন্দিৰৰ কিছু ফটো
  • বাৰাণসী ভ্ৰমণত প্ৰধানমন্ত্ৰী গৰাকীক সংগ দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ লগতে কেইবাগৰাকীও বিজেপি কাৰ্যকৰ্তা
  • নৱনিৰ্বাচিত সাংসদ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি জনাবলৈ কাশীৰ ৰাজপথত উপস্থিত অগণন ৰাইজ
  • বাৰাণসীত ভ্ৰমণকলৈ সুখী বুলি জানিবলৈ দিয়ে বাৰাণসীবাসীয়ে
    নিৰ্বাচনত জয়ী হৈ নিজ সমষ্টিত উপস্থিত নৰেন্দ্ৰ মোডী

ABOUT THE AUTHOR

...view details