নতুন দিল্লী, 1 ফেব্ৰুৱাৰীঃশনিবাৰে নিৰ্ভয়া কাণ্ডৰ দোষী সাব্যস্ত হোৱাবিনয় শৰ্মাৰ আৱেদন খাৰিজকৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ ৰাষ্ট্ৰপতিৰ পৰা ক্ষমাদান বিচাৰি দোষী বিনয় শৰ্মাই দাখিল কৰিছিল আৱেদন ৷ ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰপতিয়ে দোষী মুকেশৰ ক্ষমা আৱেদন খাৰিজ কৰে ৷
ৰাষ্ট্ৰপতিয়ে খাৰিজ কৰিলে নিৰ্ভয়া কাণ্ডৰ দোষীৰ ক্ষমা আৱেদন
নিৰ্ভয়া কাণ্ডৰ দোষী সাব্যস্ত বিনয় শৰ্মাৰ আৱেদন খাৰিজ কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷
ৰাষ্ট্ৰপতিয়ে খাৰিজ কৰিলে নিৰ্ভয়া কাণ্ডৰ দোষীৰ ক্ষমা আৱেদন
উল্লেখ্য যে, দিল্লীৰ পাটিয়ালা হাউচ আদালতে নিৰ্ভয়া কাণ্ডৰ চাৰিজনকৈ দোষীক ইতিমধ্যে ফাঁচীৰ নিৰ্দেশ প্ৰদান কৰে যদিও শনিবাৰে ঘটনাটোৰ স'তে জৰিত দোষীদ্বয়ৰ আৱেদনৰ শুনানিৰ বাবেই স্থগিত হয় ফাঁচীৰ নিৰ্দেশ ৷
আৰু পঢ়কঃ ভাৰতীয় শিক্ষাৰ্থীসকলক সুকলমে ওভতাই অনাৰ বাবে উহানলৈ ৰাওনা এয়াৰ ইণ্ডিয়াৰ বিমান