ঈদ উপলক্ষে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ দেশবাসীলৈ অভিনন্দন - ৰাষ্ট্ৰপতি
ঈদ উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰেৰণ কৰে ঈদৰ শুভেচ্ছাবাণী ৷

ঈদ উপলক্ষে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ দেশবাসীলৈ অভিনন্দন
নিউজ ডেস্ক, 12 আগষ্টঃ সোমবাৰে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবাসীয়ে পালন কৰিছে পবিত্ৰ ঈদ ৷ ঈদ উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰেৰণ কৰে ঈদৰ শুভেচ্ছাবাণী ৷