অসম

assam

By

Published : Jun 19, 2020, 7:46 PM IST

ETV Bharat / bharat

নৰ্থ লণ্ডনৰ প্ৰিমিয়াৰ লীগৰ তাৰিখ ঘোষণা

১২ জুলাইত অনুষ্ঠিত হ'ব নৰ্থ লণ্ডন ডেবী মেচ । প্ৰিমিয়াল লীগৰ এজন বিষয়াই জনোৱা অনুসৰি,কটকটীয়া সুৰক্ষা বেষ্টনীৰ মাজত খেলখন অনুষ্ঠিত কৰা হ'ব । বৰ্তমান টাটোনহম আৰু আৰ্সেনলৰ মাজত হ'বলগীয়া লীগখন অষ্টম আৰু নৱম স্থানত ৰখা হৈছে ।

premier-league-schedule-for-three-match-rounds-announced-north-london-derby-to-take-place-on-july-12
premier-league-schedule-for-three-match-rounds-announced-north-london-derby-to-take-place-on-july-12

নিউজ ডেস্ক, ১৯ জুন :১২ জুলাইত অনুষ্ঠিত হ'ব নৰ্থ লণ্ডন ডেবী মেচ । ২০১৯-২০ৰ তিনিকোণীয়া প্ৰিমিয়াৰ লীগ খেলখন ৪ৰ পৰা ১৩ জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব ।

নৰ্থ লণ্ডনৰ প্ৰিমিয়াৰ লীগৰ তাৰিখ ঘোষণা

প্ৰিমিয়াল লীগৰ এজন বিষয়াই জনোৱা অনুসৰি,কটকটীয়া সুৰক্ষা বেষ্টনীৰ মাজত খেলখন অনুষ্ঠিত কৰা হ'ব । বৰ্তমান টাটোনহম আৰু আৰ্সেনলৰ মাজত হবলগীয়া লীগখন অষ্টম আৰু নবম স্থানত ৰখা হৈছে ।

ইতিমধ্যে, ২০১৯-২০ বৰ্ষৰ প্ৰিমিয়াৰ লীগৰ প্ৰথম খেলখন আৰম্ভ হৈছে । যিখন খেল আষ্ট্ৰন ভিলা আৰু চেফিল্ড ইউনাইটেডৰ মাজত অনুষ্ঠিত হৈছিল। আষ্ট্ৰন ভিলা আৰু চেফিল্ড ইউনাইটেডৰ মাজৰ খেলখন ড্ৰ হিচাপে সমাপ্ত হৈছিল ।

লগতে পঢ়ক : এ আই ইউ ডিএফৰ বাবেই অসমত বিজেপিৰ চৰকাৰ হৈছেঃ মহিবুল হক

ABOUT THE AUTHOR

...view details