নেচনেল ডেস্ক, 8 ফেব্ৰুৱাৰী:বিজেপিৰ ভূৱনেশ্বৰ কলিতাই 3 ফেব্ৰুৱাৰীত উত্থাপন কৰা প্ৰস্তাৱৰ পাছত ৰাষ্ট্ৰপতিৰ সম্বোধনত ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সোমবাৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ দিয়ে ৷
জানিব পৰা মতে পৌৰ বিকাশ মন্ত্ৰী হৰদীপ সিঙ পুৰীয়ে কি পৰিস্থিতিত National Capital Territory of Delhi Laws (Special Provisions) Second (Amendment) Ordinance, 2020 ৰ দ্বাৰা তাৎক্ষণিক বিধানৰ প্ৰয়োজন হৈছিল সেই বিষয়ে বাখ্যা কৰাৰ লগতে National Capital Territory of Delhi Laws (Special Provisions) Second Act, 2011 সংশোধন কৰাৰ বাবে এখন বিধেয়কো উত্থাপন কৰে ৷