নিউজ ডেস্ক, 2 আগষ্ট : 5 আগষ্টত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে ৷ এই কাৰ্যসূচীত ভাগ লোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে হনুমানগঢ়ী মন্দিৰত পূজা আগবঢ়াব বুলি জানিবলৈ দিয়ে মন্দিৰৰ মুখ্য পুজাৰী ৰাজু দাসে ৷ প্ৰথমে হনুমানগঢ়ী মন্দিৰ দৰ্শন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ হনুমানগঢ়ীৰ পূজাৰ বাবে কেৱল 7 মিনিট সময় দিয়া হৈছে ,ইয়াৰে 3 মিনিট সময় পূজাৰ বাবে বুলি জনাই ৰাজু দাসে ৷
লগতে পঢ়কঃকৰ'ণাত আক্ৰান্ত হৈ মৃত্যু উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমল ৰাণী বৰুণৰ