অসম

assam

ETV Bharat / bharat

সোমবাৰে উৰিষ্যালৈ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে এই কথা কয় যে সমগ্ৰ দেশৰ জনতা  এই দুৰ্যোগৰ সময়ত ৰাজ্যখনৰ লগত আছে আৰু যি কোনো প্ৰকাৰে ৰাজ্যখনক সহায় কৰিবলৈ সাজু হৈ আছে ৷ ইপিনে উৰিষ্যা চৰকাৰে জানিবলৈ দিয়ামতে ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়াও গম পোৱা হোৱা নাই যদিও পুৰী চহৰখন সবাতোকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৷

By

Published : May 4, 2019, 6:43 PM IST

6 মে’ত ফেনীয়ে চলোৱা ধ্বংস যজ্ঞৰ বুজ লবলৈ ওড়িশালৈ যাব প্ৰধানমন্ত্ৰী

নিউজ ডেস্ক, 4 মে: 6 মে’ত উৰিষ্যাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নৱীন পাটনায়ক আৰু ৰাজ্যপাল গনেশী লালৰ পৰা পৰিস্থিতিৰ বুজ লৈছে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে এই কথা কয় যে সমগ্ৰ দেশৰ জনতা এই দুৰ্যোগৰ সময়ত ৰাজ্যখনৰ লগত আছে আৰু যি কোনো প্ৰকাৰে ৰাজ্যখনক সহায় কৰিবলৈ সাজু হৈ আছে ৷

ইপিনে উৰিষ্যা চৰকাৰে জানিবলৈ দিয়ামতে ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়াও গম পোৱা হোৱা নাই যদিও পুৰী চহৰখন সবাতোকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৷

ABOUT THE AUTHOR

...view details