অসম

assam

ETV Bharat / bharat

মহা ঘূৰ্ণীবতাহ আৰু দিল্লীৰ বায়ু প্ৰদূষণ, শংকিত প্ৰধানমন্ত্ৰী মোদী - India Meteorological Department latest news

দিল্লীৰ বায়ু প্ৰদূষণ আৰু মহা ঘূৰ্ণীবতাহ সন্দৰ্ভত গুজৰাটত কেইবাগৰাকীও শীৰ্ষপৰ্যায়ৰ বিষয়াৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ মহা ঘূৰ্ণীবতাহৰ ফলত আগন্তুক  6 আৰু 7 নৱেম্বৰত গুজৰাট, মহাৰাষ্ট্ৰ, দমন-দিউ, দাদৰা আৰু নগৰ হভেলীত তীব্ৰ বৃষ্টিপাতৰ আশংকা ব্যক্ত ভাৰতীয় বতৰ বিজ্ঞান-কেন্দ্ৰৰ ৷

গুজৰাটত পৰ্যালোচনা বৈঠকত প্ৰধানমন্ত্ৰী মোদীকত মিলিত

By

Published : Nov 5, 2019, 9:21 PM IST

নিউজ ডেস্ক, 05 অক্টোবৰঃমঙলাবাৰে দিল্লীৰ বায়ু প্ৰদূষণ আৰু মহা ঘূৰ্ণীবতাহ সন্দৰ্ভত গুজৰাটত কেইবাগৰাকীও শীৰ্ষপৰ্যায়ৰ বিষয়াৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়প্ৰধানমন্ত্ৰী মোদী ৷ বৈঠকত উপস্থিত থাকে প্ৰধানমন্ত্ৰীৰ প্ৰধানসচিব পি কে মিশ্ৰা, প্ৰধানমন্ত্ৰীৰ মুখ্য উপদেষ্টাপি কে সিনহাৰ লগতে অনান্য কেইবাজনো শীৰ্ষ পৰ্যায়ৰ আমোলা ৷

লগতে পঢ়কঃ7 হাজাৰ কোটি টকাৰ বেংক জালিয়াতিঃ 169 স্থানত চিবিআইৰ অভিযান

উল্লেখ্য যে, ভাৰতীয় বতৰ-বিজ্ঞান কেন্দ্ৰই আগন্তুক 6 আৰু 7 নৱেম্বৰত গুজৰাট,মহাৰাষ্ট্ৰ, দমন-দিউ,দাদৰা আৰু নগৰ হভেলীত তীব্ৰ বৃষ্টিপাতৰ আশংকা ব্যক্ত কৰিছে ৷ সাগৰপৃষ্ঠত হ'বলগীয়া মহা ঘূৰ্ণীবতাহৰ ফলত প্ৰতিঘন্টাত 90 ৰ পৰা 100 কিঃমিঃ গতিত বতাহ বলাৰ সম্ভাৱনা আছে ৷ মহা ঘূৰ্ণীবতাহৰ ফলতেই উক্ত ৰাজ্যসমূহত তীব্ৰ বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান-কেন্দ্ৰই ৷

ABOUT THE AUTHOR

...view details