73 সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীৰ দেশবাসীলৈ শুভেচ্ছা - RAJ GHAT
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে স্বাধীনতা দিৱসৰ বাবে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷ এক টুইট যোগে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে তেওঁ ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমে ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাই 7:30 বজাত লাল কিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ আৰম্ভ কৰে ৷

73 সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীৰ দেশবাসীলৈ শুভেচ্ছা
নিউজ ডেস্ক, 15 আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে স্বাধীনতা দিৱসৰ বাবে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷ এক টুইট যোগে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে তেওঁ ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমে ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলী জনাই 7:30 বজাত লাল কিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যী ভাষণ দিব ৷