নিউজ ডেস্ক, 13 মে': প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে ঘোষণা কৰা বিত্তীয় পুঁজি সম্পৰ্কে মন্তব্য কৰে প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা কংগ্ৰেছৰ জেষ্ঠ্য নেতা পি চিদাম্বৰামে ।
মোডীয়ে ঘোষণা কৰা 20 লাখ কোটি টকাৰ পেকেজৰ প্ৰসংগত চিদাম্বৰমে কয় যে, নিম্ন বৰ্গৰ জনতাই (13 কোটি পৰিয়ালে) "প্ৰকৃত ধন"ৰ কি লাভ কৰে সেইটো কংগ্ৰেছে পৰীক্ষা কৰিব ।