অসম

assam

By

Published : Jun 18, 2020, 9:11 PM IST

ETV Bharat / bharat

বিধস্ত অৰ্থনীতিক পুনৰদ্ধাৰ কৰিবলৈ ৰিজাৰ্ভ বেংকৰ বিকল্প চিন্তা

ভাৰতীয় ষ্টে'ট বেংকৰ অধ্যক্ষ ৰজনীশ কুমাৰে বৃহস্পতিবাৰে জনাই যে,লক ডাউনৰ বাবে বেংকৰ সুদৰ হাৰ হ্ৰাস পাইছে । এই সম্পৰ্কত ৰিজাৰ্ভ বেংক চৰকাৰে লক ডাউনৰ সময়ত বিধস্ত হোৱা অৰ্থনীতিক পুনৰদ্ধাৰৰ বাবে বিকল্প চিন্তা কৰা বুলি জানিব দিয়ে ।

plenty-of-liquidity-available-in-the-system-sbi-chairman
plenty-of-liquidity-available-in-the-system-sbi-chairman

নিউজ ডেস্ক, ১৮ জুন :ভাৰতীয় ষ্টে'ট বেংকৰ অধ্যক্ষ ৰজনীশ কুমাৰে বৃহস্পতিবাৰে জনাই যে,লক ডাউনৰ বাবে বেংকৰ সুদৰ হাৰ হ্ৰাস পাইছে । এই সম্পৰ্কত ৰিজাৰ্ভ বেংক আৰু চৰকাৰে লক ডাউনৰ সময়ত বিধস্ত হোৱা অৰ্থনীতিক পুনৰদ্ধাৰৰ বাবে বিকল্প চিন্তা কৰা বুলি জানিবলৈ দিয়ে ।

বিধস্ত অৰ্থনীতিক পুনৰদ্ধাৰ কৰিবলৈ ৰিজাৰ্ভ বেংকৰ বিকল্প চিন্তা

অধ্যক্ষ গৰাকীয়ে জনোৱা অনুসৰি,ষ্টে'ট বেংকৰ ফালৰ পৰা অনতিপলমে ইয়াৰ বিকল্প ব্যৱস্থা চিন্তা কৰা হ'ব। এই ক্ষেত্ৰত চৰকাৰে চৰকাৰী-বেচৰকাৰী সকলো বেংকক বিকল্প চিন্তা কৰিবলৈ নিৰ্দেশ দিছে লগতে কৃষি,বাণিজ্য ক্ষেত্ৰৰ মূল্যাংকণ কৰি বিকাশৰ বাবে চিন্তা কৰিবলৈ পৰামৰ্শ দিছে ।

অধ্যক্ষ গৰাকীৰ মতে,এই ক্ষেত্ৰত গ্ৰামীণ অৰ্থ ব্যৱস্থাৰ উন্নতি যথেষ্ট গুৰুত্বপূৰ্ণ । গতিকে গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ ক্ষেত্ৰতো অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব ।

লগতে পঢ়ক : আনলক 1" য়ে সকাহ দিয়া নাই মন্দিৰৰ পূজাৰী তথা সামগ্ৰী বিক্ৰেতা সকলক

ABOUT THE AUTHOR

...view details