নেশ্যনেল ডেস্ক, 13 মাৰ্চ : কৰ'ণাভাইৰাছৰ প্ৰকোপৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত শুকুৰবাৰে দাখিল কৰা হৈছে এখন আবেদন ৷ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি. এন. পেটেল আৰু বিচাৰক চি. হৰি শংকৰৰ উপস্থিতিত এই আবেদন দাখিল কৰা হয় ৷
কৰ'ণাভাইৰাছ প্ৰতিৰোধ : ন্যায়িক হস্তক্ষেপ দাবীৰে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন
কৰ'ণাভাইৰাছ প্ৰতিৰোধ সম্পৰ্কত দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল ৷ ন্যায়িক হস্তক্ষেপৰ দাবী ৷
দিল্লী উচ্চ ন্যায়ালয়
আবেদন দাখিল সম্পৰ্কত ন্যায়াধীশৰ সন্মুখত এখন অধিবক্তাই মন্তব্য কৰে, "কৰ'ণাভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে আমি ন্যায়ালয়সমূহৰ হস্তক্ষেপ বিচাৰিছো ৷"
আৰু পঢ়ক : কৰ'ণাভাইৰাছৰ ক'লাৰ টিউনৰ পৰা পৰিত্ৰাণ পাব বিচাৰে নেকি ?7
TAGGED:
কৰ'ণাভাইৰাছ প্ৰতিৰোধ