অসম

assam

ETV Bharat / bharat

সাংবাদিক আৰু সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে দাখিল কৰা FIR শুনানি উচ্চতম ন্যায়ালয়ত - চৰকাৰ

উচ্চতম ন্যায়লয়ে সংবাদ প্ৰতিষ্ঠান আৰু সাংবাদিকৰ ওপৰত দাখিল হোৱা FRI ৰ শুনানি গ্ৰহণ কৰে । চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ন্যায়লয়ে উল্লেখ কৰে ।

সাংবাদিক আৰু সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে দাখিল কৰা FIR শুনানি উচ্চতম ন্যায়ালয়ত
সাংবাদিক আৰু সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে দাখিল কৰা FIR শুনানি উচ্চতম ন্যায়ালয়ত

By

Published : Jun 16, 2020, 9:26 PM IST

নিউজ ডেস্ক,১৬ জুনঃ মঙলবাৰে উচ্চতম ন্যায়লয়ত এখন পিটিছনৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি FIR দাখিল কৰা সাংবাদিক আৰু সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় জানিব বিচাৰিলে ন্যালয়ে ।

সাংবাদিক আৰু সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে দাখিল কৰা FIR শুনানি উচ্চতম ন্যায়ালয়ত

মুখ্য ন্যায়ধীশ ব'বডেৰ নেতৃত্ব বহা আদালতে ভিডিঅ কনফাৰেন্সিৰ জৰিয়তে শুনানি গ্ৰহণ কৰে। ইপিনে এল ই এ দাখিল কৰা অধিবক্তা ঘনশ্যাম উপধ্যায়ে দাবী জনাই যে কিছুমান নিউজ চেনেলে টাৰ্গেট কৰি লোৱা হৈছে তেওঁ লোকৰ কন্ঠ ৰোধ কৰিবৰ বাবে ।

ব'বডেৰ আদালতে কয় যে আমি কোনো ধৰণৰ মন্তব্য বা সিদ্ধান্ত নিদিও চৰকাৰে চৰকাৰে ইয়াৰ ওপৰত কি সিদ্ধান্ত গ্ৰহণ কৰে কৰিব বুলি উল্লেখ কৰে ।

লগতে চাওকঃ বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details