নিউজ ডেস্ক, ১০ এপ্ৰিলঃবৃহস্পতিবাৰে দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হয় এক ৰাজহুৱা স্বাৰ্থ জৰিত আবেদন । আবেদনত উল্লেখ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ লগতে যি কেইখন চহৰ অধিক সংক্ৰমিত হৈছে সেই সমূহ চহৰত ঘৰে-ঘৰে COVID-১৯ ৰ পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।
আনহাতে PMNRF, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী সাহয্য পুঁজিৰ ধন এনডিআৰএফ (NDRF), ব্যক্তিগত সুৰক্ষা সৰঞ্জাম (PPE), কোৱাৰেণ্টাইন চেন্টাৰ সমূহত মুকলাই দিয়াৰ বাবেও চৰকাৰক নিৰ্দেশ দিয়াৰ অনুৰোধ কৰা হৈছে আবেদনখনত ।