অসম

assam

By

Published : Apr 17, 2020, 8:51 PM IST

ETV Bharat / bharat

ওৱান নেশ্যন, ওৱান ৰেচন কাৰ্ড আঁচনি সন্দৰ্ভত ৰাজহুৱা স্বাৰ্থজনিত আৱেদন উচ্চতম ন্য়ায়ালয়ত

"ওৱান নেশ্যন,ওৱান ৰেচন কাৰ্ড" আঁচিনৰ জৰিয়তে সকলো প্ৰবাসী শ্ৰমিকে খাদ্য সামগ্ৰী লাভ কৰে তাৰ বাবে উচ্চতম ন্যায়লয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰে অধিবক্তা ৰিপক কনছালে ।

উচ্চতম ন্য়ায়ালয়
ওৱান নেশ্ব্যন, ওৱান ৰেচন কাৰ্ড আঁচনি সন্দৰ্ভত ৰাজহুৱা স্বাৰ্থজনিত আৱেদন উচ্চতম ন্য়ায়ালয়ত

নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ"ওৱান নেশ্যন,ওৱান ৰেচন কাৰ্ড" আঁচিনৰ জৰিয়তে লক ডাউনৰ সময়ছোৱাত যাতে সকলো প্ৰবাসী শ্ৰমিকে খাদ্য সামগ্ৰী লাভ কৰে তাৰ বাবে উচ্চতম ন্যায়লয়ত ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰে অধিবক্তা ৰিপক কনছালে ।

ওৱান নেশ্যন, ওৱান ৰেচন কাৰ্ড আঁচনি সন্দৰ্ভত ৰাজহুৱা স্বাৰ্থজনিত আৱেদন উচ্চতম ন্য়ায়ালয়ত

আবেদনখনৰ জৰিয়তে এইটো নিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনাই যে প্ৰবাসী শ্ৰমিক সকলে লক ডাউনৰ সময়ত খাদ্য়ৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰে ।

অধিবক্তা ৰিপক কনছালে কয় যে কাৰ্ড থকা হিতাধিকাৰীসকলক সুলভ মূল্যৰ দোকানত ৰাষ্ট্ৰীয় সুৰক্ষা অধিনিয়ম ২০১৩ জৰিয়তে খাদ্য ব্যৱস্থাৰ লাভ উঠাবলৈ অনুমতি দিয়ে ।

লগতে অধিবক্তা গৰাকীয়ে কয়, এখন সমাজ ধ্বংস হৈ যায় যেতিয়া তেওঁলোকক খাদ্য় গ্ৰহণৰ পৰা বিৰত থাকে । লগতে অভিযোগ উত্থাপন কৰে যে, বহু সংখ্যক প্ৰবাসী শ্ৰমিক, ব্যৱসায়ী, পৰ্যটক লক ডাউনৰ বাবে অনাহাৰে আছে ।

ৰিপক কনছালে কয় যে, "ওৱান নেশ্ব্যন, ওৱান ৰেচন কাৰ্ড" আঁচিন ২০২০ চনৰ জুন মাহত আৰম্ভ সম্ভৱনা আছিল । কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে বিনা সংকোচে এই আঁচনি খন ইতিমধ্যে আদৰি লৈছে ।

ABOUT THE AUTHOR

...view details