অসম

assam

ETV Bharat / bharat

পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬০ পইচাকৈ বৃদ্ধি - পেট্ৰ'লৰ দাম

বৃহস্পতিবাৰে পুনৰ ৬০ পইচাকৈ মূল্য বৃদ্ধি পালে সমগ্ৰ দেশজুৰি পেট্ৰ'ল ডিজেলৰ ।

petrol-diesel-prices-hiked-by-60-paise-slash-litre-each-5th-straight-daily-increase-in-rates
পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬০ পইছাকৈ বৃদ্ধি

By

Published : Jun 11, 2020, 4:21 PM IST

নিউজ ডেস্ক ,১১ জুনঃ পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধিয়ে সমস্যাত পেলাইছে সাধাৰণ ৰাইজক । বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পালে ৬০ পইচা কৈ প্ৰতি লিটাৰত ।

পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬০ পইচাকৈ বৃদ্ধি

দিল্লীত বৃহস্পতিবাৰৰ দিনটোত ৭৪ টকা হ'ল প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম যি নেকি মুল্য আছিল ৭৩.৪০ পইচা। আনহাতে ডিজেলৰ মূল্য হল গৈ ৭২.২২ টকা প্ৰতিলিটাৰত যাৰ মূল্য আছিল ৭১.৬২ পইচা ।

ইপিনে ৰাজ্য ভেদে ইয়াৰ মূল্য বিভিন্ন হোৱা পৰিলক্ষিত হৈছে কিয়নো ৰাজ্য সমূহে নিজৰ কৰ আৰোপ কৰে পেট্ৰ'ল ডিজেলৰ ওপৰত । দৰাচলতে ক'ৰণা মহামাৰি সময়ত চৰকাকে এনেদৰে পেট্ৰ'ল ডিজেলৰ ওপৰত মূল্য বৃদ্ধি কৰাক লৈ বিপাঙত পৰিছে সাধাৰণ জনতা ।

লগতে চাওকঃ সমূহীয়া পদত্যাগৰ হুংকাৰ দিল্লীৰ কস্তুৰবা হাস্পতালৰ আবাসিক চিকিৎসকৰ

ABOUT THE AUTHOR

...view details