নিউজ ডেস্ক, 20 জুনঃউত্তৰ পূৱ ভাৰতৰ কিছু সংখ্যক লোকে দিল্লীস্থিত ৰাষ্ট্ৰীয় তিন মূৰ্তি মাৰ্গত চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে শনিবাৰে ৷ গালৱান ভেলিত চীনা সৈন্যৰ আক্ৰমণৰ ফলত 20 জন ভাৰতীয় সেনাই শ্বহীদ বৰণ কৰাৰ বাবে চীনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ক্ষোভ প্ৰকাশ কৰে শান্তি পূৰ্ণভাৱে মাস্ক আৰু সামাৰিক দুৰত্ব বজাই ৰাখি ৷ লগতে ভাৰত চৰকাৰক শ্ৰীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷
উত্তৰ পূৱ ভাৰতৰ নাগৰিকৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ - ভাৰতীয় সেনাই শ্বহীদ
উত্তৰ পূৱ ভাৰতৰ দিল্লীত থকা নাগৰিকে চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ 15 জুনত চীনা সৈন্যৰ হাতত 20 জন ভাৰতীয় সেনাই শ্বহীদ বৰণ কৰাৰ বিৰুদ্ধে ৷
উত্তৰ পূব ভাৰতৰ নাগৰিকৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ
লগতে চাওকঃ কলিয়াবৰত পুনৰ দুজনৰ দেহত কোভিড-19 পজিটিভ