অসম

assam

ETV Bharat / bharat

আংশিক চন্দ্ৰ গ্ৰহণে সুন্দৰ কৰি তুলিলে নিশাৰ আকাশ

ভাৰত সাক্ষী হ’ল আংশিক চন্দ্ৰগ্ৰহণৰ ৷ 2019 চনৰ শেষৰটো চন্দ্ৰগ্ৰহণ নিশা প্ৰায় 1 বাজি 31 মিনিটত আৰম্ভ হোৱা চন্দ্ৰগ্ৰহণ পুৱতি নিশা অন্ত পৰে ৷

আংশিক চন্দ্ৰ গ্ৰহণে সুন্দৰ কৰি তুলে নিশাৰ আকাশ

By

Published : Jul 17, 2019, 10:48 AM IST

নিউজ ডেস্ক,17 জুলাই: বুধবাৰে নিশা ভাৰত সাক্ষী হ’ল আংশিক চন্দ্ৰগ্ৰহণৰ ৷ 2019 চনৰ শেষৰটো চন্দ্ৰগ্ৰহণ নিশা প্ৰায় 1 বাজি 31 মিনিটত আৰম্ভ হৈ পুৱতি নিশা অন্ত পৰে ৷

আংশিক চন্দ্ৰ গ্ৰহণে সুন্দৰ কৰি তুলে নিশাৰ আকাশ

ভাৰতৰ বাহিৰে আফ্ৰিকা,এচিয়া,অষ্ট্ৰেলিয়া,ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ পৰা দৃশ্যমান হয় ৷

আংশিক চন্দ্ৰ গ্ৰহণে সুন্দৰ কৰি তুলে নিশাৰ আকাশ

হিন্দু ধৰ্মৰ মতে গ্ৰহণৰ সময়ত কোনো ধৰণৰ ধাৰ্মিক কাৰ্য কৰা নহয় ৷ বহু কেইটা প্ৰখ্যাত মন্দিৰৰ দ্বাৰ গ্ৰহণৰ সময়চোৱাত বন্ধ থাকে ৷

আংশিক চন্দ্ৰ গ্ৰহণে সুন্দৰ কৰি তুলে নিশাৰ আকাশ

হিন্দু ধৰ্মাৱলম্বী লোকসকলে গ্ৰহণৰ পূৰ্বে আৰু শেষত স্নান কৰে ৷ খাদ্য ৰন্ধা আৰু গ্ৰহণ কৰাৰ পৰাও বিৰত থাকে এই সময়ছোৱাত ৷

আংশিক চন্দ্ৰ গ্ৰহণে সুন্দৰ কৰি তুলে নিশাৰ আকাশ

ABOUT THE AUTHOR

...view details