নিউজ ডেস্ক, 6 আগষ্টঃ লোকসভাত গৃহীত হ'ল জম্মু কাশ্মীৰ পুনৰ গঠন বিধেয়ক ৷ বিধেয়কখনৰ মতে জম্মু কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যদা প্ৰদান কৰা হ’ব ৷ বিধেয়কখনক লৈ হোৱা ভোটগ্ৰহণত সপক্ষে 370 টা ভোটৰ বিপৰীতে বিপক্ষে 70 টা ভোট লাভ কৰে ৷
লোকসভাত গৃহীত হ'ল জম্মু কাশ্মীৰ পুনৰ গঠন বিধেয়ক - লাড্ডাখ
জম্মু কাশ্মীৰ পুনৰ গঠন বিধেয়কক লৈ হোৱা ভোটগ্ৰহণত সপক্ষে 370টা ভোটৰ বিপৰীতে বিপক্ষত 70 টা ভোট লাভ কৰে ৷
লোকসভাত গৃহীত হল জম্মু কাশ্মীৰ পুনৰগঠন বিধেয়ক
ইয়াৰ লগে লগে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জম্মু কাশ্মীৰ সংৰক্ষণ (দ্বিতীয় সংশোধনী) বিধেয়ক 2019 খন সংসদৰ উভয় সদনৰ পৰা উঠাই লয় ৷