নিউজ ডেস্ক, ১১ জুলাইঃজম্মু-কাশ্মীৰৰ বান্দীপোৰ জিলাত নিৰাপত্তা বাহিনীয়ে শনিবাৰে দুটাকৈ মুকলি কৰে দুটাকৈ প্যাৰাৰেল কাৰ্ডন তথা বৃহৎ হাৰত চলোৱা তালাচী অভিযানৰ দল ।
খবৰ অনুসৰি,বান্দীপোৰ আৰক্ষী থানাত অন্তৰ্ভুক্ত গামৰু গাঁৱৰ বৃহৎ অঞ্চল ঘেৰাও কৰাৰ উপৰিও ইতিমধ্যে তালাচী অভিযান আৰম্ভ কৰে । আনহাতে, এই তালাচী অভিযানত আৰক্ষী,চিআৰপিএফ আৰু ভাৰতীয় সেনাৰ ১৪ ৰাষ্ট্ৰীয় ৰাইফল ইউনিটে যৌথভাৱে চলাই বুলি সদৰি কৰে । তাৰোপৰি আৰগাম আৰক্ষী থানাৰ অন্তৰ্ভুক্ত অৰগাম অঞ্চলটো এই যৌথ অভিযান চলাই বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।