অসম

assam

By

Published : Jun 8, 2020, 3:35 AM IST

ETV Bharat / bharat

ভাৰত-পাক সীমান্তত পাকিস্তানৰ বাৰম্বাৰ যুদ্ধ বিৰতি উলংঘন !

ভাৰত-পাক সীমান্তত যুদ্ধ বিৰতি উলংঘা পাক সেনাৰ ৷ দেওৱাৰ দুবাৰকৈ গুলীচালনা পাকিস্তানী সেনাৰ ৷

Pakistan violates ceasefire along LOC
Pakistan violates ceasefire along LOC

নিউজ ডেস্ক, 7 জুন : ভাৰত-পাক সীমান্তত বাৰে বাৰে যুদ্ধ বিৰতি উলংঘা কৰিছে পাক সেনাই ৷ জম্মু-কাশ্মীৰৰ কেৰাণ আৰু ৰামপুৰ চেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে গুলীবৰ্ষণ পাক সেনাৰ ৷ দেওবাৰে দিনটোত দুবাৰকৈ যুদ্ধ বিৰতি উলংঘা কৰে পাকিস্তানৰ সেনাই ৷ যোৱা নিশাও বাৰমুল্লা জিলাত সংঘটিত হৈছিল গুলীবৰ্ষণ ৷ সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি পাকিস্তানৰ অগ্ৰাসনক তেওঁলোকে যোগ্য প্ৰত্যুত্তৰ দিয়াৰ লগতে শত্ৰু সেনাৰ অৱস্থিতিক প্ৰতি নিয়ত নজৰত ৰাখিছে ৷

ভাৰত-পাক সীমান্তত যুদ্ধ বিৰতি উলংঘা পাক সেনাৰ

ABOUT THE AUTHOR

...view details