অসম

assam

ETV Bharat / bharat

এল অ চিত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন - ইটিভি অসম

আহত 5 জনকৈ ভাৰতীয় জোৱান

etv bharat

By

Published : Feb 27, 2019, 11:23 AM IST

এল অ চি সীমান্তত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন । সন্ত্ৰাসবাদীৰ ঘাটি উচ্ছেদৰ বাবে পাকিস্তানৰ ভূমিত ভাৰতে চলোৱা এয়াৰ ষ্ট্ৰাইকৰ পাচতেই এল অ চিৰ কেবাটাও স্থানত যুদ্ধবিৰতি উলংঘন কৰি গুলীবৰ্ষণ কৰে পাকিস্তানে। পাকিস্তানৰ এই গুলীচালনাৰ ঘটনাত আহত হৈছে 5জনকৈ সেনা জোৱান।

হিউমেন চিল্ড ব্যৱহাৰৰ দ্বাৰা জনসাধাৰণৰ বাসভৱনলৈ লক্ষ্য কৰি বোমা নিক্ষেপ কৰে পাকিস্তানী সেনাই । কিন্তু ভাৰতীয় সেনাৰ তত্বাৱধানত পিছ হুহকিবলৈ বাধ্য হয় পাকিস্তানী সেনা । দুয়োপক্ষৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত হোৱা ভাৰতীয় সেনাৰ পাঁচজন জোৱানক সেনাৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিবলৈ দিয়ে সেনাই।

ABOUT THE AUTHOR

...view details