নিউজ ডেস্ক, 8 জুলাই : ভাৰত-পাক সীমান্তত পুনৰ যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ ৷ পুঞ্চ জিলাৰ বালাকোট আৰু মেন্দাৰ চেক্টৰত নিশা 2 বজাত গুলীবৰ্ষণ ৷ ভাৰতীয় সেনাইও পাকিস্তানী সেনাক গুলীৰ প্ৰত্যুত্তৰ দিয়ে ৷ নিশা 2.45 বজালৈকে চলে গুলীবৰ্ষণ ৷ উল্লেখ্য় যে, চলিত বৰ্ষত পাকিস্তানে প্ৰায় 1595 বাৰ যুদ্ধ বিৰতি উলংঘন কৰিছে ৷
ভাৰত-পাক সীমান্তত যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ - পুঞ্চ জিলা
পুঞ্চ জিলাৰ বালাকোট আৰু মেন্দাৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ ৷
![ভাৰত-পাক সীমান্তত যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ Pakistan violated ceasefire in Balakote](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7936478-thumbnail-3x2-ff.jpg)
Pakistan violated ceasefire in Balakote