ইন্টাৰনেশ্যনেল ডেস্ক, 31 অক্টোবৰঃ পাকিস্তানৰ লিয়াকটপুৰত চলন্ত ৰেলত অগ্নিকাণ্ড ৷ কৰাচী-ৰাৱলপিণ্ডী অভিমুখীতেজগাম এক্সপ্ৰেছত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডটোৰ ফলত এই পৰ্যন্ত মৃত্যু হৈছে 65 গৰাকীকৈ যাত্ৰীৰ ৷ ইয়াৰ বিপৰীতে গুৰুতৰভাৱে আহত হৈছে বহুকেইগৰাকী যাত্ৰী ৷ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডটোৰ সূত্ৰপাতৰ কাৰণ ৷
পাকিস্তানৰ লিয়াকটপুৰত চলন্ত ৰেলত অগ্নিকাণ্ড - pakistan 65 killed 13 injured as fire engulfs express train in liaqatpur
পাকিস্তানৰ লিয়াকটপুৰত চলন্ত ৰেলত অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোৰ ফলত এইপৰ্যন্ত মৃত্যু হৈছে 65 গৰাকীকৈ যাত্ৰীৰ ৷ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডটোৰ সূত্ৰপাতৰ কাৰণ ৷
![পাকিস্তানৰ লিয়াকটপুৰত চলন্ত ৰেলত অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4916707-thumbnail-3x2-train.jpg)
পাকিস্তানৰ লিয়াকটপুৰত চলন্ত ৰেলত অগ্নিকাণ্ড
পাকিস্তানৰ লিয়াকটপুৰত চলন্ত ৰেলত অগ্নিকাণ্ড
লগতে পঢ়ক চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তীঃ সংহতি স্মাৰকত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
ঘটনাস্থলীত উপস্থিত হয় প্ৰশাসন আৰু ৰেল বিভাগৰ লোক ৷ ৰেল বিভাগৰ লোকৰ তৎপৰতাত সম্প্ৰতি অব্যাহত আছে যাত্ৰীসকলৰ উদ্ধাৰ অভিযান ৷ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডটোৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ একাংশ লোকৰ ৷
TAGGED:
liaqatpur train fire update