অসম

assam

ETV Bharat / bharat

নতুন দিল্লীত পাক উচ্চায়ুক্তৰ ইফটাৰ - পাক উচ্চায়ুক্ত

দেশৰ বহু বিশিষ্ট ৰাজনৈতিক নেতা ,সাংবাদিক , পাকিস্তানী ছাত্ৰ-ছাত্ৰীকে ধৰি বহু বিশিষ্ট ব্যক্তি এই ইফটাৰত উপস্থিত থাকে ৷ প্ৰতি বছৰে পাক উচ্চায়ুক্তই নতুন দিল্লীত শান্তি আৰু সম্প্ৰীতিৰ সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে ইফটাৰৰ আয়োজন কৰে ৷

নতুন দিল্লীত পাক উচ্চায়ুক্তৰ ইফ্টাৰ পাৰ্টি আয়োজন

By

Published : May 29, 2019, 8:51 AM IST

নিউ ডেস্ক , 29 মে': পাক উচ্চায়ুক্তই নতুন দিল্লীত পবিত্ৰ ৰমজান মাহ উপলক্ষে ইফটাৰৰ আয়োজন কৰে ৷ দেশৰ বহু বিশিষ্ট ৰাজনৈতিক নেতা ,সাংবাদিক , পাকিস্তানী ছাত্ৰ-ছাত্ৰীকে ধৰি বহু বিশিষ্ট ব্যক্তি এই ইফটাৰত উপস্থিত থাকে ৷

উচ্চায়ুক্ত ছায়েদ হয়দৰ শ্বাহে আমন্ত্ৰিত অতিথিসকলক অভ্যৰ্থনা জনায় ৷ উল্লেখ্য যে প্ৰতি বছৰে পাক উচ্চায়ুক্তই নতুন দিল্লীত শান্তি আৰু সম্প্ৰীতিৰ সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে ইফটাৰৰ আয়োজন কৰে ৷

ABOUT THE AUTHOR

...view details