জম্মু-কাশ্মীৰ, ৯ জুন : জম্মু-কাশ্মীৰত সোমবাৰে পুনৰ যুদ্ধ বিৰতি উলংঘন কৰে পাক সেনাই ৷ ৰাজ্যখনৰ ভাৰত-পাক সীমান্তৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত নিশা 7.45 বজাত ধাৰাষাৰ গোলাবৰ্ষণ কৰে পাক সেনাই ।
জম্মু-কাশ্মীৰত পুনৰ যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ - Pak Army
পুঞ্চ জিলাৰ খাৰী কৰমাৰা ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত সৰু সৰু অস্ত্ৰ আৰু মৰ্টাৰৰে গোলাবৰ্ষণ কৰে পাক সেনাই ।
![জম্মু-কাশ্মীৰত পুনৰ যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ Pak Army shells forward areas along LoC in J&K's Poonch](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12:01-768-512-6745686-705-6745686-1586575744499-3005newsroom-1590818991-295.jpg)
Pak Army shells forward areas along LoC in J&K's Poonch
পাকিস্তানী সেনাই পুঞ্চ জিলাৰ খাৰী কৰমাৰা ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত সৰু সৰু অস্ত্ৰ আৰু মৰ্টাৰৰে গোলাবৰ্ষণ কৰে । ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ এজন মুখপাত্রই প্ৰকাশ কৰা অনুসৰি পাকিস্তানৰ অগ্ৰাসনক ভাৰতীয় সেনাই যোগ্য প্ৰত্যুত্তৰ দিয়াৰ লগতে শত্ৰু সেনাৰ অৱস্থিতিক প্ৰতি নিয়ত নজৰত ৰাখিছে ৷
লগতে জানকঃ এমাহতে খহি গৈছে জলসম্পদ বিভাগে নিৰ্মান কৰা মথাউৰি