হায়দৰাবাদ, 13 জুনঃ AIMIM ৰ অধ্যক্ষ আছাউদ্দিন ওৱেচিয়ে শনিবাৰে COVID-19 ৰোগীৰ অভিভাৱক সকলক আইন হাতত তুলি নল'বলৈ আহ্বান জনায় । শেহতীয়াকৈ হায়দৰাবাদৰ গান্ধী হাস্পতালত কৰ্তব্যৰত ডাক্তৰক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা এজন ৰোগীৰ পৰিয়ালে কৰা আক্ৰমণৰ পতিক্ৰিয়া স্বৰূপে তেওঁ এই আহ্বান জনায় । টুইটৰ জৰিয়তে প্ৰকাশ তেওঁ এই আহ্বান
COVID-19 ৰোগীৰ অভিভাৱকক আইন হাতত তুলি নলবলৈ আহ্বান আছাউদ্দিন ওৱেচিৰ - AIMIM president Asaduddin Owaisi
বুধবাৰে নিশা গান্ধী হাস্পতালত সংঘটিত হৈছিল এক অপ্ৰত্যাশিত ঘটনা । COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোক এজনৰ আত্মীয়ই আহি কৰ্তব্যৰত ডাক্তৰক প্ৰহাৰ কৰে ।
![COVID-19 ৰোগীৰ অভিভাৱকক আইন হাতত তুলি নলবলৈ আহ্বান আছাউদ্দিন ওৱেচিৰ Owaisi appeals to attendants of COVID-19 patients not to take law into own hands](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7606501-128-7606501-1592068836195.jpg)
Owaisi appeals to attendants of COVID-19 patients not to take law into own hands
বুধবাৰে নিশা গান্ধী হাস্পতালত সংঘটিত হৈছিল এক অপ্ৰত্যাশিত ঘটনা । COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোক এজনৰ আত্মীয়ই আহি কৰ্তব্যৰত ডাক্তৰক প্ৰহাৰ কৰে । এই ঘটনাৰ পাচতে কনিষ্ঠ চিকিৎসক সকলে প্ৰতিবাদ সাব্যস্ত কৰে আৰু উন্নত সুৰক্ষৰ লগতে আন আন অভিযোগ সমূহ পূৰণ কৰাৰ বাবে দাবী কৰে ।
ডাক্তৰ সকলে শুকুৰবাৰে যোগদান কৰে নিজৰ কৰ্তব্যত ।