অসম

assam

ETV Bharat / bharat

ওড়িশা প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰঞ্জন পাটনায়কৰ পদত্যাগ - ইটিভি ভাৰত

সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হতাশাজনক প্ৰদৰ্শনৰ দায়িত্ব গ্ৰহণ কৰিয়ে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ দলটোৱে ওড়িশাৰ জনসাধাৰণৰ বিশ্বাস জয় কৰিবলৈ সক্ষম নহ'ল বুলি মন্তব্য কৰি পাটনায়কে কয় যে, দলৰ প্ৰতি যুৱ প্ৰজন্মক আকৰ্ষণৰ বাবে দলে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে ৷ তেওঁ দলৰ জয়ৰ বাবে নিজৰ সামৰ্থ অনুযায়ী চেষ্টা কৰিলে বুলিও সভাপতিগৰাকীয়ে প্ৰকাশ কৰে৷

OPCC

By

Published : May 24, 2019, 9:36 PM IST

ভূৱনেশ্বৰ , 24 মে' : ওড়িশাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰঞ্জন পাটনায়কৰ পদত্যাগ ৷ নিৰ্বাচনত কংগ্ৰেছৰ হতাশাজনক প্ৰদৰ্শনক কেন্দ্ৰ কৰিয়ে শুকুৰবাৰে ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে সভাপতিগৰাকীয়ে ৷

সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি লোকসভা নিৰ্বাচন আৰু বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ হতাশাজনক প্ৰদৰ্শনৰ দায়িত্ব গ্ৰহণ কৰিয়ে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ দলটোৱে ওড়িশাৰ জনসাধাৰণৰ বিশ্বাস জয় কৰিবলৈ সক্ষম নহ'ল বুলি মন্তব্য কৰি পাটনায়কে কয় যে, দলৰ প্ৰতি যুৱ প্ৰজন্মক আকৰ্ষণৰ বাবে দলে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে ৷ তেওঁ দলৰ জয়ৰ বাবে নিজৰ সামৰ্থ অনুযায়ী চেষ্টা কৰিলে বুলিও সভাপতিগৰাকীয়ে প্ৰকাশ কৰে৷

লগতে পঢ়ক : চপৰা চপৰে খহিছে ভোগদৈৰ মথাউৰি

উল্লেখযোগ্য যে , কংগ্ৰেছ দলে ওড়িশাত লোকসভা নিৰ্বাচনত কেৱল এখন আসন আৰু বিধান সভা নিৰ্বাচনত লাভ কৰে 9 খন আসন ৷ ইয়াৰ পূৰ্বে 2014 চনত 147 খন বিধানসভা আসনৰ 16 খনত জয়লাভ কৰিছিল কংগ্ৰেছে ৷

ABOUT THE AUTHOR

...view details