নিউজ ডেস্ক, 2জুন :জম্মু-কাশ্মীৰত সেনা-আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলি ৷ অৱন্টিপুৰাৰ ট্ৰাল অঞ্চলত সংঘটিত হৈছে এই সংঘৰ্ষ ৷ সেনা-আৰক্ষীৰ যুটীয়া অভিযানত গুলীয়াগুলি সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ এই সংঘৰ্ষত নিহত হৈছে এজন উগ্ৰপন্থী ৷
জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত এজন উগ্ৰপন্থী - terrorist killed
জম্মু-কাশ্মীৰত সেনা-আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলি ৷ এজন উগ্ৰপন্থী নিহত ৷
![জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত এজন উগ্ৰপন্থী One terrorist killed in an encounter at j&k](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7439153-thumbnail-3x2-h.jpg)
One terrorist killed in an encounter at j&k