অসম

assam

ETV Bharat / bharat

মুম্বাইত দেহ ব্যৱসায় চক্ৰ উৎখাতঃ তিনি গৰাকী যুৱতী উদ্ধাৰ - গৰেগাঁৱ হোটেলট অভিযান

অপৰাধ অনুসন্ধান শাখাই শুকুৰবাৰে নিশা গৰেগাঁৱ হোটেলত আকস্মিক অভিযান চলাই তিনি গৰাকী যুৱতীক উদ্ধাৰ কৰাৰ লগতে এজন দেহ-ব্যৱসায় চলোৱা ব্যক্তিক অনৈতিক কাৰ্যচলোৱা অধিনিয়ম,1956ৰ অধীনত গ্ৰেপ্তাৰ কৰে ৷

One held for running sex racket in Mumbai, three girls rescued
মুম্বাইত দেহব্যৱসায় চক্ৰ উৎখাতঃ তিনি গৰাকী যুৱতী উদ্ধাৰ

By

Published : Oct 24, 2020, 5:00 PM IST

নিউজ ডেস্ক,24অক্টোবৰঃ শনিবাৰে মুম্বাইৰ এগৰাকী জেষ্ঠ্য আৰক্ষী বিষয়াই উল্লেখ কৰে যে, মুম্বাই অপৰাধ অনুসন্ধান শাখাই গৰেগাঁৱ হোটেলট অভিযান চলাই তিনি গৰাকী যুৱতীক উদ্ধাৰ কৰাৰ লগতে এজন দেহ ব্যৱসায় চক্ৰৰ লগত জড়িত ব্যক্তিক গ্ৰেপ্তাৰ কৰে ৷

ঘটনা অনুসৰি অপৰাধ অনুসন্ধান শাখাই শুকুৰবাৰে নিশা গৰেগাঁৱ হোটেলত আকস্মিক অভিযান চলাই তিনি গৰাকী যুৱতীক উদ্ধাৰ কৰাৰ লগতে এজন দেহ ব্যৱসায় চলোৱা ব্যক্তিক অনৈতিক কাৰ্যচলোৱা অধিনিয়ম,1956ৰ অধীনত গ্ৰেপ্তাৰ কৰে ৷

উল্লেখযোগ্য যে গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ লগতে উদ্ধাৰ কৰা যুৱতী তিনি গৰাকী ছবি উদ্যোগৰ লগত জড়িত বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ বিহাৰ নিৰ্বাচন: আৰজেডি দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

ABOUT THE AUTHOR

...view details