নিউজ ডেস্ক, ২৮ জুলাইঃ সোমবাৰে ১০০ বছৰত ভৰি থলে সৰ্বাধিক সময় আইএএফ যোদ্ধা পাইলট হোৱাৰ গৌৰৱ অৰ্জনকাৰী অৱসৰপ্ৰাপ্ত স্কোয়াড্ৰন লিডাৰ দিলীপ সিং মাজিথিয়াই ।
১০০ বছৰত ভৰি থলে স্কোয়াড্ৰন লিডাৰ দিলীপ সিং মাজিথিয়া
স্কোয়াড্ৰন লিডাৰ দিলীপ সিং মাজিথিয়াক সোমবাৰে ১০০ তম জন্মবাৰ্ষিকীৰ শুভেচ্ছা জ্ঞাপন কৰে এয়াৰ চীফ মাৰ্ছাল আৰ কে এছ ভদোৰিয়াই । ১৯৪৭ চনত আগষ্টত অৱসৰ গ্ৰহণ কৰিছিল দিলীপ সিং মজিথিয়াই ।
এয়াৰ চীফ মাৰ্ছাল আৰ কে এছ ভদোৰিয়াই ভাৰত স্বাধীন হোৱাৰ সময়ত তথা ১৯৪৭ চনৰ আগষ্ট মাহত অৱসৰ গ্ৰহণ দিলীপ সিং মাজিথিয়াক জন্মদিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ।
আনহাতে, আইএএফে টুইটযোগে সদৰি কৰে যে,আইএএফৰ তৰফৰ পৰা স্কোয়াড্ৰন লিডাৰ দিলীপ সিং মাজিথিয়াৰ ১০০ তম জন্মদিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলো । তেওঁ ১৯৪৭ চনত আগষ্ট মাহত অৱসৰ গ্ৰহণ কৰিছিল । মজিথিয়া আটাইতকৈ বয়জ্যেষ্ঠ তথা বৰ্তমান পৰ্যন্ত জীৱিত আইএএফ যোদ্ধা পাইলট । লগতে চাওকঃ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পুখুৰী সদৃশ গাঁতঃ বিপদসংকুল যাতায়ত ৰাইজৰ